এপ্ৰিল ফুল - ভাস্বতী কলিতা

©Admin
0
: "খুড়ী অ' খুড়ী" 
   : "অ কি হ'লনো"
মায়ে আপোনালৈ বীন কেইডালমান দি পঠিয়াইছে, আমাৰ বাৰীতে হৈছিলে ।  বাকী ওচৰৰ বিলাককো এসাজ এসাজ খাব পৰাকৈ দিছেই, বোলো আপোনালোককো এসাজ খুৱাও বুলি দিলো আৰু দেই।। 
    অ' ভালে কৰিলি দে।।তাতে থৈ যা চোন মই ভিতৰতে কিবা অলপ কামত ব্যস্ত হৈ আছো। 
     অ হ'ব দিয়ক মই ইয়াতেই থৈছো। 
   অলপ পিছত খড়ীয়েকে কামৰ পৰা আজৰি হৈ আহি পলিথিন টো খুলি দেখে যে তাত চোন বীন বা খোৱা বস্তু একো নাই কাগজ এখনত লিখা আছে যে- 'জানি শুনি নকৰিবা ভুল, আজি টো এপ্ৰিল ফুল'।।।

                • ভাস্বতী কলিতা
                   ভেৰুৱা, দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)