ভালপাওঁ বুলি তোমাক - দিৱ্যজ্যোতি মালো

©Admin
0
ভালপাওঁ বুলি তোমাক
তুমি কেতিয়াবা মোৰ ইচ্ছা অনুসৰি
    আমোদ মনেৰে প্ৰকাশিত হৈছানে?
তুমি কেতিয়াবা উজু মনেৰে মোৰ কথাত
    নসাজেৰে উদয় হৈছানে?
তুমি কেতিয়াবা মোৰ ইচ্ছা অনুসৰি
    তোমাৰ চুলি মেলি ঊৰ্মি হৈ আহিছানে?
তুমি কেতিয়াবা একাগ্ৰ মনেৰে
    মোৰ ওচৰলৈ এটি মিঠা হাঁহিলৈ আহিছানে?
তুমি কেতিয়াবা তোমাৰ মনৰ উক্তিবোৰ
    মোৰ ওচৰলৈ কৰুণ মনেৰে কৈছিলানে?


দিৱ্যজ্যোতি মালো

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)