১২ এপ্ৰিল ইতিহাসত আজিৰ দিনটো

©Admin
0

১২ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০২তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬৩টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -

১/ আজিৰ দিনটোতে ১৯১৯  চনত ৰাওলাট আইনৰ প্ৰতিবাদত কলকাতা, লাহোৰ, বোম্বাই আৰু অমৃতসৰত বিক্ষোভ আৰম্ভ হয়।

২/ আজিৰ দিনটোতে ১৯৬১  চনত বিশ্বৰ প্ৰথম মহাকাশচাৰী য়ুৰি গেগেৰিনে মহাশূন্যত পদাৰ্পণ কৰে।

৩/ আজিৰ দিনটোতে ১৪৮৪ মেৱাৰৰ ৰাণা সংগ্ৰাম সিংৰ জন্ম হৈছিল।

৪/ আজিৰ দিনটোতে ১৮০৭ চনত আমেৰিকান লেখিকা ইলাইজা হুইট্‌নি ব্ৰাউনৰ জন্ম হৈছিল।

৫/ আজিৰ দিনটোতে ১৯১৭  ভাৰতীয় ক্ৰিকেটাৰ

বিনু মানকড়ৰ জন্ম হৈছিল।

৬/ আজিৰ দিনটোতে ১৮৯২ চনত অসমীয়া লেখক লম্বোদৰ বৰাৰ মৃত্যু হৈছিল।

৭/ আজিৰ দিনটোতে ১৯৬২ চনত ভাৰতীয় অভিযন্তা, বিদ্বান আৰু লোকনায়ক মোক্ষগুণ্ডম বিশ্বেশ্বৰায়ৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)