বিহু অহাৰ গমে পাই•পল উৎপল

Rinku Rajowar
0
চ'তৰে শেষত যেতিয়া
কুলি-কেতেকীয়ে কান্দিব
আমাৰ নাচনীবোৰৰ আক
গা সাতখন আঠখন হৈ পৰিব ৷
ৰাতিপুৱা বাহি-বন কৰি
তাঁতৰ শালত বহিব
তাঁতৰ শালত বহি
মন পৰশা গীত জুৰি
চেনাইলৈ বুলি বিহুৱান ব’ব 
আৰু গাব
"বহাগতে আহিবি চেনাই ঐ
খোপাতে এপাহী কপৌফুল দিবলৈ"

পল উৎপল
কঠালগুৰি গাওঁ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)