১০ মে' ইতিহাসত আজিৰ দিনটো

©Admin
0
১০ মে'  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৯ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩৬টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৯০১ চনত বিজ্ঞানী জগদীশ চন্দ্ৰ বসুয়ে লণ্ডনত উদ্ভিদ আৰু প্ৰাণীৰ সংগতি প্ৰদৰ্শন কৰে।
২/ আজিৰ দিনটোতে ১৯৮১ চনত মুম্বাইত প্ৰথম নৈশ ক্ৰিকেট অনুষ্ঠিত হয়।

৩/ আজিৰ দিনটোতে ১৯৯৪ চনত আফিকাৰ প্ৰথমজন কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি ৰূপে নেলছন মেণ্ডেলাই শপত গ্ৰহণ কৰে।
৪/ আজিৰ দিনটোতে ১৯২৭ চনত  ভাৰতীয় ইংৰাজী লেখিকা নয়নতৰা চেহগলৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ১৯৫৭ চনত  ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ উমাশ্ৰীৰ জন্ম হৈছিল।
৬/ আজিৰ দিনটোতে ১৯৭৭ চনত  অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গিৰিধৰ শৰ্মাৰ মৃত্যু হৈছিল 
৭/ আজিৰ দিনটোতে ১৯৯৮ চনত  অসমীয়া ঔপন্যাসিক 
কাঞ্চন বৰুৱাৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)