বহুতো পাৰ্থক্য থাকে ।
কল্পনাক কেতিয়াও বাস্তৱ ৰূপ
দিব পৰা নাযায়।
সময় পাৰ হৈ যায় বাস্তৱ ৰূপ দিবলৈ
বিষাদময় জীৱন হৈ পৰে ।
বাস্তৱ ৰূপ দিবলৈ কিমান কষ্ট
তথাপি কল্পনাৰ শেষ নহয়।
আমি সদায় কল্পনা কৰো
বাস্তৱক পাহৰি যাওঁ।
বাস্তৱকলৈ আমি আগুৱাই যাব লাগিব
বাস্তৱ জীৱনে চিৰসত্য
কল্পনা কেতিয়াও দিঠক নহয়।
✍️ ৰাকেশ বিশ্বাস
বৰপেটা ৰোড
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ