বাস্তৱ - ৰাকেশ বিশ্বাস

©Admin
0
কল্পনা কৰা আৰু বাস্তৱ জীৱনত
বহুতো পাৰ্থক্য থাকে । 
কল্পনাক কেতিয়াও বাস্তৱ ৰূপ 
দিব পৰা নাযায়। 
সময় পাৰ হৈ যায় বাস্তৱ ৰূপ দিবলৈ
বিষাদময় জীৱন হৈ পৰে । 
বাস্তৱ ৰূপ দিবলৈ কিমান  কষ্ট 
তথাপি কল্পনাৰ শেষ নহয়।
আমি সদায় কল্পনা কৰো  
বাস্তৱক পাহৰি যাওঁ।
বাস্তৱকলৈ আমি আগুৱাই যাব লাগিব 
বাস্তৱ জীৱনে চিৰসত্য
কল্পনা কেতিয়াও দিঠক নহয়।

✍️ ৰাকেশ বিশ্বাস 
     বৰপেটা ৰোড

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)