ভাল পোৱা - সংগীতা ডেকা

©Admin
0

মনে মনে অনবৰতে ওঁঠত এটি মিঠা হাঁহিৰে চাই ৰয় অনুৰাগে আল্পনালে বুলি । এক মাৰ্জিত ভাৱাবেগেৰে । কিন্তু যেতিয়াই সি জেতুকা পাতৰ বতৰা পালে আজি তাক সকলোৱে মিলি চাই ৰ'ল বগা কাপোৰখনৰ তলত....

✍️ সংগীতা ডেকা 
      ৰঙিয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)