হাঁহি -কুঞ্জ মোহন কাকতি

©Admin
0
মৃদু হাঁহিৰ আলসুৱা মেৰী,
      মোৰ হৃদয়ৰ চম্পাৰিণী।
  ‌ চাৱনি তোমাৰ লাজুকীয়া বন,
     সুখৰ আনন্দৰ অমৃত বাণী।।

      মোৰ জীৱনৰ সকলো সুখ,
          হাঁহিয়ে মাথোঁ কাৰণ।
তুমি আছিলা সদায়,  থাকিবা কাষত
             মোৰ স্বপ্ন বনত।।

            মোৰ হৃদয়ৰ মেঘ,
              হাঁহিৰে ভৰোৱা।
      জীৱন বাটত  প্ৰেমৰ স্বাদৰে,
       আজীৱন এক হোৱা প্ৰণয়ৰে।।
                  ••••••••••

     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)