৩ মে ইতিহাসত আজিৰ দিনটো

©Admin
0
৩ মে' হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৩তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪২টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৮৩৭ চনত এথেন্স বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয় গ্ৰীচত।
২/ আজিৰ দিনটোতে ১৯১৩ চনত প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ ৰাজা হৰিশ্চন্দ্ৰ মুক্তি লাভ কৰে।
৩/ আজিৰ দিনটোতে ১৯৩৭ চনত মাৰ্গাৰেট মিচেল, তেখেতে “Gone with the Wind” নামৰ কিতাপখনৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰে।
৪/ আজিৰ দিনটোতে ১৯৪৩ চনত সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত গল্পকাৰ তথা ৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ১৯৫৬ চনত  ইটালিয়ান পদাৰ্থবিজ্ঞানী আৰু লেখক
কাৰ্ল' ৰ'ভেল্লীৰ জন্ম হৈছিল।

৬/ আজিৰ দিনটোতে ১৯৩৪ চনত অসমীয়া গল্পকাৰ। 'ছিৰাজ' গল্পৰ স্ৰষ্টা লক্ষ্মীধৰ শৰ্মাৰ মৃত্যু হৈছিল।
৭/ আজিৰ দিনটোতে ১৯৬৯ চনত  ৰাজনীতিবিদ, ভাৰতৰ তৃতীয় ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)