দুপৰীয়াৰ নিজৰ্নতা-জোনমনি বৰা

©Admin
0
সময়ৰ  পৌঢ় খোজৰ ভৰত
সৰাপাতে মৰমৰাই উঠে
মৰণকাতৰ আতৰ্নাদত

দুপৰীয়া হাবিয়লী বাট টোৱে
নিজৰ্নতাক উপহাস কৰে
সোৱৰাই দিব খোজে ৷

সৰাপাতৰো এটা সেউজীয়া
অতিত আছিল
সেউজীয়াৰ পৰা হালধীয়া
হোৱালৈ জীৱনৰ পৰিক্ৰমা
গতানুগতিক ,স্বাভাৱিক হলেও সহজ নাছিল ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)