নিৰ্জনতাৰ সংগী-জ্যোতিষ্ক বৰুৱা

Rinku Rajowar
0
নিৰ্জনতাৰ ক্ষণবোৰত
কিতাপৰ মাজত
শব্দৰ সংজ্ঞাত নিজক বিচাৰি…
নিৰৱতাৰ বতাহ জাকক সাৱটি…
পাৰ হোৱা দিনবোৰৰ ইতিসাহৰ
পাত লুটিয়াই……
জীৱনৰ নতুন অৰ্থবোৰৰ মূৰ্চনা যোৱা
চন্দময়ী সাজ-সজ্জাত…
সময়ৰ পৰিধিত ৰৈ যোৱা
খতিয়নৰ নমুনাবোৰৰ সতে
চকু ফুৰাই টুকুৰা দস্তাবেজবোৰৰ
মাজত কেৱল নিজক বিচাৰি ৷

✍️ জ্যোতিষ্ক বৰুৱা
     নামৰূপ,অসম
মোৱাইল নং:-৯৩৬৫০০৮৩৪৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)