পৱিত্ৰ বন্ধন - সংগীতা ডেকা

©Admin
0
এই যে কণ কণ মৰমলগা দুষ্ট ভৰিদুখন...! মৰম কৰিলে ভিতৰৰ পৰা পেটটো দাঙি দিয়ে । দুহাতেৰে চুব পাৰিলে কি যে কৰিব তাই....! দুটা ধৰ্মক আজি একেটা ফ্ৰেমতেই আৱদ্ধ কৰি খুব সুখী, প্ৰিয়া । কিন্তু প্ৰাণ পোৱা ঘৰখন....!

✍️ সংগীতা ডেকা , ৰঙিয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)