১১ মে' দিনটোৰ বিশেষত্ব

@admin
0

ঘটনাৱলী

  • ১৯৯৮ - ভাৰত চৰকাৰে ৰাজস্থানৰ পোখৰাণ মৰুভূমি অঞ্চলত পাৰমাণবিক অস্ত্ৰৰ পৰীক্ষা চলায়।

জন্ম

মৃত্যু

  • ১৯৬৩ - হাৰ্বাট স্পেনছাৰ গাছাৰ, আমেৰিকান শৰীৰতত্ত্ব বিদ তথা বিজ্ঞানী। ১৯৪৪ চনত তেওঁ চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
  • ১৯৮১ - বব মাৰ্লি, জামাইকান গায়ক আৰু গীতিকাৰ।

দিৱস

  • ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস (ভাৰত)।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)