২৪ মে' ইতিহাসত আজিৰ দিনটো

©Admin
0
২৪ মে'  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৪ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২১টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -

১/ আজিৰ দিনটোতে ২০১৩ চনত মণীষ কুমাৰ ডেকাই মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰা দ্বিতীয়জন অসমীয়াৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়।
২/ আজিৰ দিনটোতে ১৬৮৬ চনত নেদাৰলেণ্ডৰ (হলেণ্ড) ভৌতিক বিজ্ঞানী, ফাৰেণহাইট তাপ-স্কেল আৰু মাৰ্কুৰীথাৰ্মোমিটাৰৰ বাবে জনাজাত ডেনিয়েল গেব্ৰীয়েল ফাৰেণহাইটৰ জন্ম হৈছিল।
৩/ আজিৰ দিনটোতে ১৮৯৯ চনত বাংলাদেশী সঙ্গীতজ্ঞ
কাজী নজৰুল ইছলামৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে ১৯৮৫ চনত অসমৰ ঔপন্যাসিক কুমাৰ কিশোৰৰ মৃত্যু হৈছিল।
৫/ আজিৰ দিনটোতে ১৯৮৯ চনত  ভাৰতীয় অভিনেত্ৰী
তৃপ্তি মিত্ৰৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)