অপেক্ষা - ৰাকেশ নাথ

©Admin
0
তোমালৈ বাট চাওঁতে চাওঁতে
কত বৰ্ষা উৱঁলি শীত হ'ল
কত সন্ধ্যা গলি ৰাতি হ'ল

জন্মান্তৰৰ এই অপেক্ষাত
মই এইবাৰো মৰিব লাগিব নেকি
তোমাক নোপোৱাকৈ!

    ✍️ৰাকেশ নাথ
 (7638086918)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)