আজি ২২ জুন দিনটোৰ বিশেষত্ব

@admin
0
ঘটনাৱলী ---
১৮৪৪ - ইয়েল বিশ্ববিদ্যালয়ত ডেল্টা কাপ্পা এপচিলন চছাইটিৰ স্থাপন হয়।
১৯০৬ - চুইডেনে নিজৰ পতাকা গ্ৰহণ কৰিছিল।
১৯১১ - পঞ্চম জৰ্জক মুকুট পিন্ধোৱা হৈছিল।
১৯৪১ - দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীয়ে ছোভিয়েত ৰাছিয়াক আক্ৰমণ কৰিছিল।

জন্ম-----
১৮০৭ - নাথান ব্ৰাউন, আমেৰিকান বেপ্তিষ্ট মিছনেৰী।
১৮৮০ - নীলমণি ফুকন, অসমীয়া সাহিত্যিক।
১৯২৮ - নলিন দুৱৰা, অসমীয়া চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰগ্ৰহণকাৰী।
১৯৩২ - অমৰীশ পুৰী, ভাৰতীয় অভিনেতা আৰু থিয়েটাৰ শিল্পী। (মৃত্যুঃ ১২/০৫/২০০৫)
১৯৪৩ - জন মাইকেল কষ্টাৰলিটজ, ব্ৰিটিছ পদাৰ্থ বিজ্ঞানী।
১৯৪৪ - জেৰাৰ্ড মৌৰো, ফৰাচী বৈজ্ঞানিক।
১৯৬৪ - ডেনিয়েল গেৰাৰ্ড "ডেন" ব্ৰাউন, আমেৰিকান ৰহস্য ঔপন্যাসিক।
১৯৭৪ - বিজয়, প্ৰকৃত নাম জোচেফ বিজয় চন্দ্ৰশেখৰ, ভাৰতীয় তামিল ছবিৰ নায়ক।

মৃত্য----
১০৩৭ - ইবন ছিনা, পাৰস্যৰ চিকিৎসক। ‘কেনন অব মেডিচিন’ হৈছে তেওঁৰ প্ৰসিদ্ধ সৃষ্টি।
১৯৩৬ - মৰিছ্ শ্লিক, জাৰ্মান দাৰ্শনিক আৰু পদাৰ্থবিজ্ঞানী। (জ. ১৮৮২)
২০১৬ - সমীৰ ৰায়চৌধুৰী, ভাৰতীয় কবি, চুটিগল্পকাৰ, প্ৰৱন্ধকাৰ তথা ঔপন্যাসিক।

দিৱস----
শিক্ষক দিৱস (এল ছালভাদোৰ)।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)