২১ জুন ইতিহাসত আজিৰ দিনটো

©Admin
0
২১ জুন  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭২তম  দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৩টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/আজিৰ দিনটোতে ১৯৪৮ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী কৰ্ণধাৰ সদস্য চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীদেৱে স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল।
২/ আজিৰ দিনটোতে ১৯৪৮ চনত পিটাৰ গল্ডমাৰ্কৰ দ্বাৰা সৰ্বপ্ৰথম লং প্লেয়িং ৰেকৰ্ড প্ৰস্তুত কৰা হৈছিল।
৩/ আজিৰ দিনটোতে ১৯৮১ চনত আমেৰিকাৰ কম্পিউটাৰ বিশেষজ্ঞ, আমেৰিকাৰ চোৰাংচোৱা সংস্থা চি.আই.এ. আৰু এন.এচ.এ.ৰ প্ৰাক্তন কৰ্মী এডৱাৰ্ড জোচেফ স্ন'ডেনৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে ১৯৩২ চনত  ভাৰতীয় অভিনেত্ৰী
নিগাৰ চুলতানাৰ জন্ম হৈছিল।
৫/আজিৰ দিনটোতে ১৯৯৯ চনত  অসমীয়া শিক্ষাবিদ, ৰাজনীতিবিদ, অভিনেতা আৰু সংগীতজ্ঞ পৰাগধৰ চলিহাৰ মৃত্যু হৈছিল।
৬/ আজিৰ দিনটোতে ২০২০ চনত  ভাৰতীয় সমাজসেৱী আৰু লেখিকা শীলা বৰঠাকুৰৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)