এজাক সৰু চৰাই -দিৱ্যজ্যোতি মালো

©Admin
0
এজাক সৰু চৰাই 
ৰাতিপুৱা গীত গাই 
টোপনিৰ পৰা জগাই আমাক 
উৰি যায় সৌ নীলিমলৈ।
অস্ত বেলিৰ দৃশ্য দেখি 
উভতি আহি ঘৰলৈ 
নিশাৰ খবৰ বুটলি আনে 
এজাক সৰু চৰাই।

 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)