৫ জুলাই ইতিহাসত আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0
৫ জুলাই  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৬ তম  দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭৯টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৮১১ চনত স্পেইনৰ পৰা ভেনিজুৱেলাই স্বাধীনতা লাভ কৰে।
২/ আজিৰ দিনটোতে ১৯৪৭ চনত ব্ৰিটিছ সংসদত ভাৰতৰ স্বাধীনতাৰ বিধেয়ক গৃহীত হৈছিল।
৩/ আজিৰ দিনটোতে ১৯৫৪ চনত অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয় গঠন কৰা হয়।
৪/ আজিৰ দিনটোতে ১৮৮৮ চনত আমেৰিকান শৰীৰবিদ তথা চিকিৎসক স্পেনছাৰে
হাৰ্বাট স্পেনছাৰ গাছাৰৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ১৯২৭ চনত  ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, কবি আৰু সমালোচক ৰাভুৰি ভৰদ্বাজৰ
 জন্ম হৈছিল।
৬/ আজিৰ দিনটোতে ১৯৪৬ চনত  বিহাৰৰ ৰাজনেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী 
ৰাম বিলাস পাছৱানৰ জন্ম হৈছিল।
৭/ আজিৰ দিনটোতে ১৮২৬ চনত  ফ্ৰান্সৰ ৰসায়ন বিজ্ঞানী 
যোছেফ লুই প্ৰুষ্টৰ মৃত্যু হৈছিল।
৮/আজিৰ দিনটোতে ১৯২৭ চনত নোবেল বঁটা বিজয়ী জাৰ্মান পদাৰ্থ বিজ্ঞানী এলব্ৰেষ্ট ক'ছেলৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)