উৰণীয়া মন-মিন্টু গোৱলা

©Admin
0
অচিন দেশৰ অচিনা পখিলাই
দুপাখি মেলি উৰে মনৰ বনত
ধৰোঁ বুলি ক'লে ও নোৱাৰি ধৰিব ।

উৰণীয়া মন মোৰ উৰে যেনি-তেনি
ধৰি ৰাখিবও নোৱাৰি
ধৰোঁ বুলি ক'লেও নোৱাৰি ধৰিব
হাতৰ মুঠিৰ পৰা ওলাই উৰি গুচি যায়।

             

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)