Home পিংকি শৰ্মা মিঠা অনুভূতি-পিংকি শৰ্মা মিঠা অনুভূতি-পিংকি শৰ্মা person©Admin July 05, 2024 0 share তোমাৰ কথা ভাৱি মোৰ ভাল লাগে......ভালপাও সঁচায়েতোমাৰ মধুৰ ওঠঁৰ গুণ গুণনি,তোমাক.......এনে লাগে তুমি যেন সঁচাই দগ্ধ হৃদয়ৰ গোলাপ কলি......অথচ ক'ব নোৱাৰাকৈ চুই গ'ল হৃদয়ত এজাক সমীৰে......কেৱল হৃদয়ত গুণ গুণাই গ'ল বুকুভৰা নাম নজনা এক মিঠা অনুভূতি.........। Tags কবিতাপিংকি শৰ্মা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ