জীৱনৰ ঢৌ - হীৰামণি দহোটীয়া

©Admin
0
ভাল লাগে,
আকাশৰ ধেমেলীয়া দৃশ্য ...
ভাল লাগে, 
জীৱনৰ অনুৰূপ আলিংগন ...

কেতিয়াবা স্নিগ্ধতাৰ সুবাস বিচাৰি
আকৌ, 
কেতিয়াবা জীৱন্ত মৰণক আদৰি 
ফুলৰ যশস্যা বিচাৰি 
আন্ধাৰৰ ৰাতি একাকাৰ কৰি ...।

✍️হীৰামণি দহোটীয়া
পেঙেৰী (তিনিচুকীয়া)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)