ওহো,নহয়..কিয়, এগছি চাকিৰ প্ৰয়োজন আন্ধাৰতেই জানো বেছি নহয়..!
হম..পোহৰৰ কথা কি ভাবা?
পোহৰ চকুজুৰিৰ সাৰথি...
তেন্তে চকুৰ নিজা অস্তিত্ব নাই নেকি ?
আছে। কিয় ,অৰ্জুনৰ অস্তিত্ব জানো নাইকীয়া হ'ল মাধৱক পাই...!
হম..তেন্তে চকুজুৰিৰ প্ৰয়োজন মাত্ৰ পোহৰত হে আছে আন্ধাৰত নাই....?
মই কি ভাবোঁ জানা আন্ধাৰক নুবুজাকৈ জানো পোহৰ দেখাৰ মাদকতা আছে...
✍️মমী বড়া
পেঙেৰী (তিনিচুকীয়া)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ