জীৱনৰ বাটত-নাজিমুদ্দিন আহমেদ

                          
আশা আছে জীৱন জুৰি 
সফল হোৱা নাই , 
ৰং আছে আঁকিবলৈ ছবি পোৱা নাই............। 
 দুখ আছে কান্দিবলৈ 
আপোন কোনো নাই, 
কন্ঠত আছে বহু গীত 
সুৰ মাথো নাই। 
মুখত আছে অলেখ হাঁহি
সুখ মাথোঁ নাই। 
এয়ে মোৰ জীৱন।

✍🏻নাজিমুদ্দিন আহমেদ
     দলগাঁও দৰং

Comments

  1. মোৰ এটি ক্ষুদ্র প্ৰতিভা প্ৰকাশৰ সুবিধা কৰি দিয়াৰ বাবে
    অসমীয়া সাহিত্যৰ চানেকি লৈ মোৰ হিয়াভৰা ধন্যবাদ জ্ঞাপন থাকিল।

    ReplyDelete

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send