আশা আছে জীৱন জুৰি
সফল হোৱা নাই ,
ৰং আছে আঁকিবলৈ ছবি পোৱা নাই............।
দুখ আছে কান্দিবলৈ
আপোন কোনো নাই,
কন্ঠত আছে বহু গীত
সুৰ মাথো নাই।
মুখত আছে অলেখ হাঁহি
সুখ মাথোঁ নাই।
এয়ে মোৰ জীৱন।
✍🏻নাজিমুদ্দিন আহমেদ
দলগাঁও দৰং
1Comments
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ
Post a Comment
মোৰ এটি ক্ষুদ্র প্ৰতিভা প্ৰকাশৰ সুবিধা কৰি দিয়াৰ বাবে
ReplyDeleteঅসমীয়া সাহিত্যৰ চানেকি লৈ মোৰ হিয়াভৰা ধন্যবাদ জ্ঞাপন থাকিল।