জীৱনৰ বাটত-নাজিমুদ্দিন আহমেদ

©Admin
1
                          
আশা আছে জীৱন জুৰি 
সফল হোৱা নাই , 
ৰং আছে আঁকিবলৈ ছবি পোৱা নাই............। 
 দুখ আছে কান্দিবলৈ 
আপোন কোনো নাই, 
কন্ঠত আছে বহু গীত 
সুৰ মাথো নাই। 
মুখত আছে অলেখ হাঁহি
সুখ মাথোঁ নাই। 
এয়ে মোৰ জীৱন।

✍🏻নাজিমুদ্দিন আহমেদ
     দলগাঁও দৰং

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. মোৰ এটি ক্ষুদ্র প্ৰতিভা প্ৰকাশৰ সুবিধা কৰি দিয়াৰ বাবে
    অসমীয়া সাহিত্যৰ চানেকি লৈ মোৰ হিয়াভৰা ধন্যবাদ জ্ঞাপন থাকিল।

    ReplyDelete
Post a Comment