হৃদয়ৰ ৰক্ত পত্ৰ-কবিতা~অংশুমী গগৈ

নতুন এক আৰম্ভণি 
মোৰ প্ৰমত্ত হৃদয়ৰ 
দুৰ্বাৰ হৈ উঠিছে মোৰ হেঁপাহ
তমোৰাশিত বিলীন এই ব্যোম 
আৰু মোৰ অভ্ৰভেদী আশা
ৰুধিৰাক্ত মোৰ আৱেগ
অৱসন্ন দেহৰ 
কিয় এই বিষন্ন মন
অবুজ হৃদয়ৰ ...........
আকৌ ডেউকা মেলি 
উৰিবৰ মন।

✍️ অংশুমী গগৈ 
  ঢকুৱাখনা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send