Homeঅংশুমী গগৈ হৃদয়ৰ ৰক্ত পত্ৰ-কবিতা~অংশুমী গগৈ May 19, 2021 1 নতুন এক আৰম্ভণি মোৰ প্ৰমত্ত হৃদয়ৰ দুৰ্বাৰ হৈ উঠিছে মোৰ হেঁপাহতমোৰাশিত বিলীন এই ব্যোম আৰু মোৰ অভ্ৰভেদী আশাৰুধিৰাক্ত মোৰ আৱেগঅৱসন্ন দেহৰ কিয় এই বিষন্ন মনঅবুজ হৃদয়ৰ ...........আকৌ ডেউকা মেলি উৰিবৰ মন।✍️ অংশুমী গগৈ ঢকুৱাখনা Tags: অংশুমী গগৈ কবিতা
Tamam
ReplyDelete