হৃদয়ৰ ৰক্ত পত্ৰ-কবিতা~অংশুমী গগৈ

©Admin
1
নতুন এক আৰম্ভণি 
মোৰ প্ৰমত্ত হৃদয়ৰ 
দুৰ্বাৰ হৈ উঠিছে মোৰ হেঁপাহ
তমোৰাশিত বিলীন এই ব্যোম 
আৰু মোৰ অভ্ৰভেদী আশা
ৰুধিৰাক্ত মোৰ আৱেগ
অৱসন্ন দেহৰ 
কিয় এই বিষন্ন মন
অবুজ হৃদয়ৰ ...........
আকৌ ডেউকা মেলি 
উৰিবৰ মন।

✍️ অংশুমী গগৈ 
  ঢকুৱাখনা

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment