মধ্যাহ্ন ভোজন-অভিজিত শেনচোৱা

'স্কুলত খাবিগৈ যা' । খালি বাচন বৰ্তন বোৰত চকু ফুৰাই  মাটিৰ কলহটোৰ পৰা পানী এগিলাচ খাই ফটা চৰকাৰী বেগটোতে মূল্যায়নৰ বহী কেইখন লৈ স্কুললৈ লৰ দিলে বিজুয়ে । তৃতীয় শ্ৰেণীত পঢ়া একমাত্ৰ সন্তানটোৱে আশা পালি স্কুললৈ যোৱাটো নীৰৱে চাই ৰ'ল মাক বিজয়াই। 


✍️শ্ৰী অভিজিত শেনচোৱা
     ঠিকনা- দেওবিল নপমীয়া গাঁও, শিৱসাগৰ             

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send