'স্কুলত খাবিগৈ যা' । খালি বাচন বৰ্তন বোৰত চকু ফুৰাই মাটিৰ কলহটোৰ পৰা পানী এগিলাচ খাই ফটা চৰকাৰী বেগটোতে মূল্যায়নৰ বহী কেইখন লৈ স্কুললৈ লৰ দিলে বিজুয়ে । তৃতীয় শ্ৰেণীত পঢ়া একমাত্ৰ সন্তানটোৱে আশা পালি স্কুললৈ যোৱাটো নীৰৱে চাই ৰ'ল মাক বিজয়াই।
✍️শ্ৰী অভিজিত শেনচোৱা
ঠিকনা- দেওবিল নপমীয়া গাঁও, শিৱসাগৰ
ধন্যবাদ
ReplyDeleteসুন্দৰ
ReplyDeleteHundor ❤️
ReplyDelete