লক্ষিমী আইৰ নাৰায়নপুৰিত।
দুয়োৰে দেহত জ্বলে জুই,
বাগযুদ্ধত অন্তৰ হয়।
শ্ৰীমদ্ভাগৱতৰ চতুৰ্থ স্কন্ধৰ
"যথা তৰুৰ মূল",
শ্লোকেৰে পৰাজয় বশিত হয়-
পিতা মাধৱ দেৱৰ।
শৰণাপন্ন হয় শংকৰৰ,
একশৰণ হৰি নাম ধৰ্মত।
নামাঙ্কিত হৈ এই মহা-মিলনক,
মনিকাঞ্চন সংযোগ মহা-মিলন।
✍️আহচানাল মাৰিফ
অসমীয়া সাহিত্যৰ চানেকি দৈনিক ই- আলোচনী লৈ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ।😊👀
ReplyDelete👍
ReplyDeleteTq
Delete👍🏻
ReplyDeleteTq
Delete