প্ৰতিক তুমি,
অসমৰ বিজয় নিচান ৷
শৰাইঘাটৰ ৰণুৱা বীৰ
লাচিত তুমি !
তোমাৰ পৰাক্ৰমত
ৰাম সিংহৰ নেতৃত্বত অহা
বৃহৎ মোগল সৈন্যই ৰণ এৰি
ছেদেলিভেদেলি হৈ
নিজৰ প্ৰাণ ৰক্ষা কৰিল গৈ ৷
নৰীয়া গাৰে তুমি যি
বীৰত্ব প্ৰদৰ্শন কৰি
একে ৰাতিয়ে
মোমাই কটা গড়বান্ধি,
মোগলৰ লগত
শৰাইঘাটৰ ৰণ জিকি
ইতিহাস ৰচিলা ৷
যিমান দিনলৈ চন্দ্ৰ,
সূৰ্য্য থাকিব
অসম অসমীয়াৰ বুকুত তুমি কৰিবা ৰাজত্ব ৷
আন্তৰিকতাৰে অশেষ ধন্যবাদ @অসমীয়া_সাহিত্যৰ_চানেকি লৈ 🙏
ReplyDelete