শিহৰিত দেহা ।
আকাশো হেঙুলীয়া ।
শীতৰ স্নিগ্ধ মাদকতা...
তুমি হীনতাত মাতাল
মোৰ এই সন্ধিয়া ।
জাৰত ঠেটুৱা ,
কুঁৱলিয়ে ছানি ধৰা ,
মোৰ মন গহনত
এবুকু আশা..
পাতল হালধীয়া....।
✍️সত্যজিৎ কলিতা
1Comments
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ
Post a Comment
ধুনীয়া 💙
ReplyDelete