শীতৰ সন্ধিয়া -সত্যজিৎ কলিতা

©Admin
1
ৰক্তিম আভা ।
শিহৰিত দেহা ।
আকাশো হেঙুলীয়া ।
শীতৰ স্নিগ্ধ মাদকতা...
তুমি হীনতাত মাতাল 
মোৰ এই সন্ধিয়া ।
জাৰত ঠেটুৱা , 
কুঁৱলিয়ে ছানি ধৰা , 
মোৰ মন গহনত 
এবুকু আশা..
পাতল হালধীয়া....।

✍️সত্যজিৎ কলিতা

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment