Showing posts from November, 2021

একাঁজলী বিৰহ ২৯-বিটুমনি ভূঞা কোছ

গাড়ীখনৰ পিছৰ চিতটোত বহি যোৱা তগৰে সেই সময়খিনি অসহনীয় নিসংগতাৰ অনুভৱ কৰিলে।গাড়ী চলাই যোৱা ৰমাকান্তলৈ তাই ভয়ে -ভয়ে…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

বিহ্বলতাই আমনি কৰে-সুশান্ত দাস

বিশাল হৃদয়ৰ নীৰস মৰুভূমিত বিক্ষিপ্ত বিৱশ মনে, গভীৰ ধাৰণাত বিভোৰ হওঁতেই  বিহ্বলতাই আমনি কৰে।। বিবক্ষা থকাৰ স্বত্…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

শত্ৰুজনৰো ভাল কামত উৎসাহ আৰু প্ৰেৰণা যোগাওক -হেমেন হাজৰিকা

এই ধৰাধামত বসবাস কৰা আমিবোৰৰ চিন্তাধাৰা সকলোৰে বেলেগ বেলেগ । ক'ৰবাত কাৎচিত দুই এজনৰ মিল থাকিব পাৰে । সমাজত এ…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

লুৰিণজ্যোতি-গোবিন্দ গায়ন

লুৰিণজ্যোতি মাথোঁ এটি নাম নহয়, নহয় ক্ষন্তেকীয়া জিলিকণি, লুৰিণজ্যোতি অসমীয়াৰ প্ৰাণ, জাতীয় সত্বাৰ স্বাভিমান। …

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

কভিডৰ সময়ৰ কথাবোৰেৰে-অজয় লিম্বু

জীৱ শ্ৰেষ্ঠ মানুহে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভাৱনীয় বিকাশ ঘটাই সভ্যতাৰ চূড়ান্ত পৰ্য্যায়ত উৰ্ত্তীণ হোৱাৰ স…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

আঘোণৰ ন-খোৱা পৰ্ব-চিন্ময় ডেকা

আঘোণ মাহ অসমীয়া বৰ্ষপঞ্জীৰ অষ্টম মাহ। এই মাহৰ আন এটি নাম হৈছে-মাৰ্গশীৰ্ষ।এই সময়ত খেতি পথাৰবোৰ পকা ধানেৰে শোভিত…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

স্বগোক্তি-প্ৰণৱ চক্ৰৱৰ্ত্তী

অৰণ্যখনক আপোন কৰি লোৱাৰ ইচ্ছা এটাই এদিন দিগদাৰি দিয়াতো সঁচা, সিদিনা আমাক অৰণ্যৰ  পথ চিনাকি কৰি দিয়া মানুহৰ অভাৱ …

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

লাজকুৰীয়া আঘোণ-লক্ষী প্ৰসাদ ৰেগন

ন -কইনাৰ দৰে আঘোণ এতিয়া লাজকুৰীয়া ন -সাজ পিন্ধি নিয়ৰ সিক্ত পথাৰ হ'বলৈ ওলাইছে ককাইদেউৰ লখিমী বোৱাৰী আঘোণৰো নি…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

২৬ নৱেম্বৰ- ইতিহাসত আজিৰ দিনটো

শিল্পী  ৰুদ্ৰ বৰুৱা ৰ জন্ম হৈছিল ১৯২৬ চনৰ আজিৰ দিনটোতে। ১৯২১ চনৰ আজিৰ দিনটোতেই  ভাৰ্গিজ কুৰিয়েন ৰ জন্ম হয়। এখে…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

লালসাৰ জিভা কিমান দীঘল- হেমেন হাজৰিকা

লোভ ৰিপু মানুহৰ সহজাত। লোভ লালসাই মানুহক কিমান তললৈ নিব পাৰে । মানুহ পশুলৈ ৰূপান্তৰ হব পাৰে । জোৰ জবৰদস্তি , চল চাতুৰি ,…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

নামঘোষা তত্বদৰ্শন- দিপশিখা ৰাজকোঁৱৰ

নমস্কাৰ মই কেইদিনমান আগতে অধ্যয়ন কৰা এখন গ্ৰন্থৰ ওপৰত চমু আলোকপাত কৰিবলৈ আগবাঢ়িছোঁ।যিখন গ্ৰন্থ এখন ধৰ্মমূলক গ্…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

বুঢ়া বাঁহ- মৌচম হাজৰিকা

মই, কেঁচা বাঁহ নহয়  মোক তোমাৰ ইচ্ছা অনুসৰি  একা-বেঁকা কৰিব নোৱাৰিবা  ওপৰৰ পদবীত আছা বুলিয়েই তুমি মোৰ ৰাজহাড় নাই বুলি ন…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

অসমীয়াৰ যোগ্য নায়ক- পল্লৱ কুমাৰ

তেওঁৰ সৰুৰে পৰা সপোন আছিল দেশ চলাবলৈ      অসম খনক দেশৰ ভিতৰতে জাকত জিলিকাবলৈ।     তেওঁৰ আশা আছিল অসমীয়াক আগুৱাই নিবলৈ   …

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

২৪ নৱেম্বৰ-ইতিহাসত আজিৰ দিনটো

🔳আজি  লাচিত দিৱস ।  লাচিত বৰফুকন ৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত আজিৰ দিনটো অসমত লাচি…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সমস্যা সমাধানৰ নীতি- কুইন বৰা

সমস্যা সৃষ্টিৰ ঘাই শিপাডাল আমাৰ অভিজ্ঞতাই  হস্তক্ষেপ কৰি পৰিবেশটোত  অৰ্থপূৰ্ণ ভাবে সমল যোগাই যদি উদ্দেশ্যত উপনীত…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

ধাৰাবাহিক উপন্যাস একাজলী বিৰহ খণ্ড নং--২৭

তগৰে চকুৰে ধোঁৱা ধোঁৱা দেখিলেও অস্পষ্টকৈ দেখা পোৱা পুলিচ জন দেখি উশাহহীন হোৱাৰ উপক্ৰম হ'ল।ক'ৰবাৰ পৰা বুঢ়…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

ইনভিক্টাচ-চুমিন্দ্ৰ চৌধুৰী

( এজন বিখ্যাত ৰাষ্ট্ৰ নিৰ্মাতাৰ এক উদ্বুদ্ধ কাহিনী )  মনৰ দুৰ্বাৰ ইচ্ছাক দমন কৰিব নোৱাৰি কালি নিশা দুপৰলৈ ২০০৯ চন…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

কবিতাৰ ভাষা বোৰ ও হয় যাযাবৰী-ৰাজীৱ মহন্ত

কবিতাৰ ভাষা বোৰ ও  হয় যাযাবৰী, যেতিয়া লিখিব বহো উৰি যায় পাখি মেলি। সাহিত্যৰ সাগৰ খনো বৰ গভীৰ, তাৰেই মাজত মই মা…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »
Load More
That is All